১৯৭৪ চনত আছুৰ নেতৃত্বত হোৱা ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনত শ্বহীদ হোৱা দুই কিশোৰ ছাত্ৰৰ স্মৃতিত আছুৱে পালন কৰি আহিছে ছাত্ৰ সংহতি দিৱস ।