হনুমান মন্দিৰত গো-মাংস উদ্ধাৰৰ ঘটনা: ধুবুৰীত শাম কাটিছে উত্তেজনাপূৰ্ণ পৰিস্থিতি
2025-06-10 15 Dailymotion
লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ধুবুৰীৰ পৰিস্থিতি । ধুবুৰীৰ বালুৰচৰত হনুমান মন্দিৰৰ কাষত সন্দেহজনক গো-মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল উত্তেজনাপূৰ্ণ পৰিস্থিতি ।