ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰে অযথা কামাখ্যা মন্দিৰৰ নাম টানি অনা হৈছে । এয়া অপপ্ৰচাৰৰ অংশ । দলৈ সমাজৰ তীব্ৰ ধিক্কাৰ ।