উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ফলত চাহিদা বাঢ়িছে জাতীয় ফল নেমুটেঙাৰ । ফুটপাটত নেমুপানী বিক্ৰী কৰি উপাৰ্জন ২০০০ টকা পৰ্যন্ত ।