ধুবুৰীৰ ঘটনাটোকলৈ একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে : আছু
2025-06-17 5 Dailymotion
ধুবুৰীত সংঘটিত হোৱা ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু অসমৰ সকলো মথাউৰিৰ ম্যাদ সম্পৰ্কে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী সমীৰণ ফুকনৰ ।