দ্বিতীয় দিনাও অব্যাহত হাচিলা বিল ৰাজহ গাঁৱত অমানৱীয় উচ্ছেদ অভিযান । গৃহহীন ৫ শতাধিক পৰিয়াল । উচ্ছেদস্থলীলৈ যোৱাত বাধা কংগ্ৰেছৰ বিধায়িনী দলক ।