উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কলিয়াবৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী । ভূমিৰ নথি দিয়াৰ নামত ধন বিচাৰিছিল কৰ্মচাৰীজনে ।