অকলেই বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বি পি এফে । ইউপিপিএলে ভাগ্যৰ বলতহে দুই এখন আসন পাব পাৰে বুলি মন্তব্য হাগ্ৰামাৰ ।