বিটিআৰত প্ৰৱেশ কৰিয়েই দুই আঞ্চলিক দলক সকীয়ালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে । বিজেপিৰ পৰা কিয় সাৱধান থাকিবলৈ ক'লে গৌৰৱ গগৈয়ে ?