বিগত ১৫-২০ বছৰৰ পৰা অম্বুবাচী আধ্যাত্মিকতাৰ পৰিৱেশৰ পৰা মেলাৰ পৰিৱেশলৈ গতি কৰা বুলি উল্লেখ কৰে কামাখ্যাৰ সৰু দলৈয়ে ।