কুলশী নদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে ছয়গাঁৱত তীব্ৰ প্ৰতিবাদ । কোনো কাৰণতে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ নিদিয়াৰ হুংকাৰ ।