মুক্তিৰ বাবে সাজু হৈছে আন এখন ছবি 'প্ৰস্তাৱনা— The Preamble’ ৷ এই ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু তিনিটা গীত মুক্তি দিয়া হয় বুধবাৰে ।