Surprise Me!

পুৰুষতকৈ কোনোগুণে কম নহয় এওঁলোক.. পৰিশ্ৰমেৰে গাঁৱৰ মহিলাই লিখিছে স্বাৱলম্বিতাৰ এক গৌৰৱময় অধ্যায়

2025-06-27 9 Dailymotion

আনাৰস উৎপাদনৰে চহকী অসমৰ বঙাইগাঁও জিলাৰ এখন বিশেষ জনজাতি প্ৰধান গাঁৱৰ মহিলা ৷ মাতৃপ্ৰধান জনগোষ্ঠীৰ মহিলাসকলে নিজাববীয়া উদ্যোগত মোকলাইছে স্বাৱলম্বিতাৰ বাট ।

Buy Now on CodeCanyon