১২ জুনত সংঘটিত বাৰীচুকৰ ১৪৭(এ) ৰিগৰ প্ৰাকৃতিক গেছ নিৰ্গমন ১৫ দিনৰ মূৰত বন্ধ কৰিবলৈ সক্ষম হয় বিদেশী বিশেষজ্ঞৰ সহযোগত অ' এন জি চিয়ে ।