বড়োভূমিত একেখন মঞ্চতে বিপিএফ-ইউপিপিএল ৷ বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ ছিলাগাং বসুমতাৰীৰ ২৮ তম মৃত্যু দিৱস উদযাপন ।