প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, লাভাম্বিত হৈছে ৰাজ্যৰ বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : বিৰিঞ্চি কাশ্যপ
2025-07-01 6 Dailymotion
ৰাজ্যৰ দুগ্ধ উৎপাদনৰ ছবিখন অতি শোচনীয় ৷ ফলত বঞ্চিত হৈছে প্ৰকৃত গো-পালকসকল ৷ ফেডাৰেচনৰ তদৰ্থ কমিটীৰ সভাপতি বিৰিঞ্চি কাশ্যপে এনেকৈয় কিয় ক’লে জানেনে ?