আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে যোৰহাটৰ বিশিষ্ট বাঁহ-বেতৰ শিল্পী প্ৰভাত শইকীয়া । নেপালতো প্ৰশংসা বুটলিছে শিল্পীগৰাকীয়ে ।