বিহু গৱেষণাৰে ৰাষ্ট্ৰীয় বঁটা জিনিলে গোলাঘাটৰ এজন ব্যক্তিয়ে । গোলাঘাটৰ হালোৱা গাঁৱৰ দীনেশ্বৰ বৰালৈ নেবকাছৰ সন্মান ।