জাকৰ পৰা বিচ্ছিন্ন হৈ পৰা হাতী পোৱালিক পুনৰ জাকৰ সৈতে লগলগাই দিলে বনবিভাগে । মাতৃক ঘূৰাই পাই জঁপিয়াই জঁপিয়াই সোমাই গ'ল কাজিৰঙালৈ ।