চিকাগোত অনুষ্ঠিত হোৱা ৪৬ সংখ্যক Assam Convention ত উজলিল ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ সাজ-পোছাক ৷ ৰেম্পত খোজ দিলে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ।