শিশুৰ স্বীকাৰোক্তিৰ ভিত্তিত কলকাতাৰ পৰা ধৰি বান্ধি আনিলে অভিযুক্তক । পিতৃৰ বন্ধুৱে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিশুটিৰ ।