Surprise Me!

এটা শব্দৰ বাবেই বিতৰ্কত 'মালামাল বইজ': পৰিচালকৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ

2025-07-14 7 Dailymotion

"এনে কাম কৰি ছবি পৰিচালকজনে কেৱল চুতীয়া জনগোষ্ঠীক অপমান কৰাই নহয় চুতীয়া ৰাইজৰ আত্মসন্মানত আঘাত হানিছে‌ ৷" জাঙুৰ খাই উঠিছে চুতীয়া যুৱ‌ পৰিষদ ৷

Buy Now on CodeCanyon