এখন ভৰিৰেই ৬ হাজাৰ কিলোমিটাৰ চাইকেল অভিযান; কেনেদৰে সম্ভৱ কৰিছিল ৰাকেশে এই যাত্ৰা ?
2025-07-14 7 Dailymotion
ভল্গাৰ পাৰৰ পৰা চাইকেলেৰে বৰলুইতৰ পাৰ পাইছেহি ৰাকেশ বণিক । তেওঁৰ এই যাত্ৰা সন্দৰ্ভত ইটিভি ভাৰতৰ সংবাদিক কুলগীতা খাউণ্ডৰ সৈতে বিশেষ সাক্ষাৎকাৰ ।