নীলাচল পাহাৰৰ ভুৱনেশ্বৰী মন্দিৰৰ নিম্নাংশত ১৯২৯ চনৰ ২৮ ডিচেম্বৰত আশ্ৰমখনৰ প্ৰথম ভেটি স্থাপন কৰা হৈছিল ।