দেশৰ ষষ্ঠ জ্যোতিৰ্লিংগৰে মহীয়ান অসম ভূমি: কেনেকৈ আৱিষ্কাৰ হৈছিল এই ভীমেশ্বৰ জ্যোতিৰ্লিংগ ?
2025-07-21 21 Dailymotion
ভাৰতত মুঠ ১২ টা জ্যোতিৰ্লিংগ আছে । ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীৰ ডাকিনী পাহাৰত অৱস্থিত একমাত্ৰ জ্যোতিৰ্লিংগটোৱে হৈছে ভীমেশ্বৰ জ্যোতিৰ্লিংগ ।