ৰে'ল আৰক্ষীৰ সহযোগত পুৱাৰে পৰাই নিউ বঙাইগাঁও ৰে'লৱে জংচনত তালাচী চলাই বঙাইগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে বাংলাদেশীকেইটা ।