শিৱসাগৰৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ৰাজধানী স্থানান্তৰ হৈছিল যোৰহাটলৈ । আজি সেই ৰাজধানীৰ অস্তিত্বৰ সংকট ।