দালালিত নামিছে জাতীয় সংগঠনৰ নেতা ! শ্বহীদ পৰিয়ালৰ পৰা ধনদাবীৰ গুৰুতৰ অভিযোগ শ্বহীদ ভাতৃৰ
2025-07-23 394 Dailymotion
শ্বহীদৰ বেদীত এগছি বন্তি জ্বলাই নোপোৱা লোকে শ্বহীদ পৰিয়ালৰ পৰা ধনদাবীৰ অভিযোগ । মিছা বাতৰিৰে পৰিয়ালটোক হেয় প্ৰতিপন্ন কৰাৰ গুৰুতৰ অভিযোগ ।