বঙাইগাঁৱত কিয় চৰম সিদ্ধান্ত ল'লে মহিলা অভিযন্তাই ? কেঁচু খান্দোতে সাপ ওলাব নেকি লোকনিৰ্মাণ বিভাগত
2025-07-23 39 Dailymotion
বঙাইগাঁৱত সংঘটিত এক চৰম সিদ্ধান্তৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ । লোকনিৰ্মাণ বিভাগৰ এগৰাকী মহিলা অভিযন্তাৰ আত্মহননৰ টোকাই উদঙাইছে বহুকেইটা দিশ ।