সাধাৰণ ভুল হ'লেই গাত লগাই দিয়ে গৰম তাৱা । পঢ়াই শুনাই ডাঙৰ-দীঘল কৰিম বুলি কৈ ৰে'লৱে কোৱাটাৰত অমানুষিক অত্যাচাৰ ঘাট মাউৰা কিশোৰীক ।