খাৰঘূলিৰ হত্যাকাণ্ডৰ নতুন মোৰ : কেয়াৰটেকাৰ নহয়, এইজন ব্যক্তি আছিল হত্যাৰ মাষ্টাৰমাইণ্ড...
2025-07-24 1 Dailymotion
গুৱাহাটীৰ খাৰঘূলিত ঘৰৰ ভিতৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত বন্দনা দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল । হত্যাকাণ্ডৰ পাছদিনা আৰক্ষীয়ে দাসৰ কেয়াৰটেকাৰ ৰাতুল দাসক আটক কৰিছিল ।