নগাঁৱত কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । জনগোষ্ঠীটোৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ পৰিস্থিতি উত্তাল হৈছে ।