স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৱৰ্জনাৰ সৈতে জ্বলিল ৰাষ্ট্ৰীয় পতাকা । খোৱাঙত সংঘটিত হৈছে এই অনাকাংক্ষিত ঘটনা । দোষীক শাস্তিৰ দাবী কেইবাটাও দল-সংগঠনৰ ।