শোকাকুল পৰিৱেশৰ মাজত সহস্ৰাধিক লোকৰ উপস্থিতিত নলবাৰীত জানাজা সম্পন্ন ছামিউল হকৰ । ছামিউলৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে সকলোৰে চকুত চকুলো ।