ৰাজ্যৰ উচ্ছেদিতক লৈ মুখ্য সচিবৰে অখিল গগৈৰ বৈঠক,পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণক লৈ গুৰুত্বপূৰ্ণ দাবী
2025-07-30 2 Dailymotion
লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতক সমপৰ্যায়ৰ ভূমি আন ঠাইত দিবলৈ মুখ্য সচিবক দাবী অখিল গগৈৰ । লগতে, চাপৰৰ উচ্ছেদিতৰ বাবে ৫০০ বিঘা ভূমিৰ ব্যৱস্থা কৰিবলৈ দাবী ।