চাহ শ্ৰমিকক মৰিয়াই মৰিয়াই হত্যা সন্দেহজনক নাগৰিকৰ । হাজাৰ হাজাৰ শ্ৰমিকে জ্বলাই দিলে ঘৰ । আৰক্ষীলৈ শিলগুটি নিক্ষেপত আহত ৫ ।