খৰাঙৰ সৈতে মোকাবিলা কৰিবলৈ খৰাং প্ৰতিৰোধ সঁচ লৈ সাজু অসম কৃষি বিশ্ববিদ্যালয় । ১৫ আগষ্ট পৰা আৰম্ভ হ'ব এই সঁচ সিঁচা কাৰ্য ।