অত্যধিক ধূম্ৰপান-মদ্যপানৰ ফলত গেছৰ সমস্যা হ'ব পাৰে নেকি ? কি কয় বিশেষজ্ঞই
2025-07-31 1 Dailymotion
গেষ্ট্ৰাইটিছ মানে কি, গেছষ্ট্ৰাইটিচৰ প্ৰধান লক্ষণসমূহ কি কি, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ গেছৰ টেবলেট খোৱাটো উচিত নে ? এই সন্দৰ্ভত জনালে গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অন্তৰা সেনে-