মুকলি হ'ল কামৰূপ জিলা ন্যায়িক আদালতৰ চৌহদ । এই বছৰতে উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয় নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ ।