অইল ইণ্ডিয়াৰ ৰিগ হৈ পৰিল মৃত্যুদূত; কাম কৰি থাকোঁতেই প্ৰাণ গ’ল ড্ৰিলিং ইনছাৰ্জৰ
2025-08-04 34 Dailymotion
নাহৰকটীয়াৰ বাঁহধাৰীৰ অইল ইণ্ডিয়াৰ এম-১ ৰিগত দুৰ্ঘটনা । প্ৰকাণ্ড পাইপ মূৰৰ ওপৰত বাগৰি পৰাত মৃত্যু কিৰণ গগৈ নামৰ এজন ড্ৰিলিং ইনছাৰ্জৰ, আন এজন আহত ৷