অতিবৃষ্টিৰ ফলত ধৰালীত খীৰগংগা নদীত অচম্বিতে ভয়ংকৰ বান আহে । সাহায্য অভিযানৰ বাবে সেনাবাহিনী ৰাওনা হৈছে । উদ্ধাৰ অভিযান তদাৰক মুখ্যমন্ত্ৰী ধামীৰ ।