অসমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন । এই সময়ত চৰকাৰে ৫০ গৰাকী শিপিনীক প্ৰদান কৰিব ৰাজ্যিক হস্ততাঁত বঁটা ।