অৱশেষত তিনিদিনৰ জিৰণি পালে আঘাতপ্ৰাপ্ত মাণিকীয়ে । আঘাতপ্ৰাপ্ত হাতীক ৰাজপথেৰে লৈ যোৱা এটা ভিডিঅ'ই জোকাৰি গৈছে ৰাজ্য ৷