অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ! শীঘ্ৰে বিস্ফোৰণ ঘটাব বাবুলাল মাৰাণ্ডীয়ে
2025-08-09 11 Dailymotion
বাবুলাল মৰাণ্ডীৰ এটা পোষ্টে ৰাজনৈতিক জগতত সৃষ্টি কৰিছে আলোড়ন ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন ৷