সংসদত কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পক বিপজ্জনক বুলি স্বীকাৰ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে বিভিন্ন সংগঠন ।