অসমৰ নাট্যান্দোলনৰ এগৰাকী হোতা, বিশিষ্ট নাট্যকাৰ, গীতিকাৰ তথা অসম চৰকাৰৰ 'অসম সৌৰভ' বঁটাৰে বিভূষিত হেমন্ত দত্তৰ দেহাৱসান ।