"আমাক নোলোৱাকৈ যদি বিজেপিক হৰুৱাব পাৰে আমি স্বাগতম জনাইছো ৷...2026ত আমি কিং মেকাৰ হ’ম আৰু 31ত ৰাইজৰ দল কিং মেকাৰ নহয় কিং হ’ব।”-দাবী অখিল গগৈৰ।