ঢাকাপট্টি অতীত হ'ল ৷ ঢাকাপট্টিৰ পৰিৱৰ্তে এমাহৰ ভিতৰতে দোকানৰ ফলকসমূহত ৰূপকোঁৱৰ চ'ক বুলি লিখিবলৈ ব্য়ৱসায়ীক নিৰ্দেশ । সন্ধিয়া বাজিব জ্যোতি সংগীত ৷