২০২৬ৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলে । অসম জাতীয় পৰিষদৰ লগত অসমৰ সমস্যাক লৈ আলোচনা হৈছিল । এই মন্তব্য গৌৰৱ গগৈৰ ।