এচিডৰে প্ৰেমিকাক আক্ৰমণ কৰাৰ অভিযোগ প্ৰেমিকৰ বিৰুদ্ধে । ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই অভিযুক্তক আটক কৰি গতালে আৰক্ষীক ।